মোৰ দেশৰ দৰে দেশ আৰু নেপাঁও এই পৃথিৱীত । অপূৰ্ব মোৰ দেশ, অপূৰ্ব মোৰ দেশ ভাৰতবৰ্ষৰ ভাষা, সাহিত্য আৰু সংস্কৃতি । মোৰ দেশ ভাৰতবৰ্ষ ধুনীয়াতকৈও ধুনীয়া । মোৰ দেশৰ মানুহবোৰো ধুনীয়া । অপূৰ্ব মোৰ দেশ, অপূৰ্ব মোৰ দেশ ভাৰতবৰ্ষৰ মহান বীৰ জোৱান সকল । অপূৰ্ব তেওঁলোকৰ ত্যাগ, সাহস আৰু ধৰ্য্য । অপূৰ্ব মোৰ দেশৰ সৌন্দৰ্য্য অপূৰ্ব মোৰ দেশৰ মানুহ অপূৰ্ব মোৰ দেশ ।
~~~~ কাজল দাস
Komentarze