top of page

অপেক্ষাৰ অনুভৱ

  • Sahitya Chorcha
  • Dec 23, 2020
  • 1 min read

শীতৰ মাদকতা——- আৰু আমেজ লৈ বৰদিনৰ ঘণ্টা ধ্বনি আৰু কেৰলৰ সুৰে সুৰে, তুমি তুমি অনুভৱ এটাই মোৰ হৃদয়ত আমনি কৰিছে । তুমি আহিবা দেই——- মোৰ দুৰ্বাৰ হেঁপাহক সাকাৰ কৰি, তোমাৰ মৰমী হাতৰ স্পৰ্শৰে হিঁয়া খন জুৰ পেলাবলৈ ! ৰৈ আছো তোমাৰ পৰশ লৱলৈ ।

তুমি আহিবা দেই——- শীতৰ নিশা এটি কটাম তোমাৰ তপত বুকুত উম লৈ ।

Commenti


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page