অপেক্ষা
- Sahitya Chorcha
- Jan 10, 2021
- 1 min read
তৃষ্ণাতুৰ জীৱনত, প্ৰেমৰ এক আকুলতা। তোমাৰ মৰমৰ একাজলী, মদিৰা পাণ কৰি, মাতাল হোৱাৰ, মোৰ এক স্বপ্ন বাসনা।
বিলিন হব খোজো, তোমাৰ দুবাহুৰ মাজত। নিজকে হেৰুৱাই দিব বিচাৰো, তোমাৰ মৰমৰ মাজত। মোৰ স্বপ্ন নগৰীত, তোমাৰ মুক্ত বিচৰণ, মাথো দিঠকত লগ পোৱাৰ, ” অপেক্ষা” ত।
Comments