top of page

অনুৰাগ

অংগীকাৰ কৰিছো সুৰুযৰ প্ৰথম প্ৰহেলিকা হৃদয়ত ৰঙা দলিচা পাৰি হৃদয়ৰ দুৱাৰ খুলি আদৰি আনিম তোমাক।

তেজ ৰঙা——- গোলাপৰ সুগন্ধিৰে বিয়পি পৰিব মোৰ হৃদয়ৰ চৌপাশ। অনুৰাগ——– এন্ধাৰ কোঠাত জ্বলাম প্ৰদীপ, উজ্জ্বলি উঠিব তোমাৰ তেজাল মুখৰ গাল, প্ৰফুল্লিত হ’ব তোমাৰ মনৰ আকাংক্ষা।

শেষ প্ৰহৰত——- পলাশৰ ৰঙেৰে পাতিম ন বসন্তৰ মেলা, তুমি মোৰ হৃদয়ৰ উদ্দীপ্ত, বাসনা ! দুয়ো মিলি পাতিম প্ৰথম প্ৰেমৰ বতৰা।

0 views0 comments

Related Posts

See All

コメント


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page