top of page

অনুভৱ

মধুৰ সময় বুলি নাই মোৰ মুখত হাঁহি শেষ প্ৰয়াস কৰিছো পামনে আবেলিৰ বেলি।

প্ৰাচীৰ খন জোকাৰি দিছে দুৱাৰ খন জপাই দিয়া। ক’ত পাবা নিৰ্মল বতাহ দিয়া নিয়াৰ হিচাপ নিকাচত।

জীয়াই থকাৰ প্ৰেৰণাত যন্ত্ৰনা সহ্য কৰিব পাৰি। আশাৰে জীয়াই থাকিব পাৰি কিন্তু মৃত্যু ভাবি পাৰ কৰিব নোৱাৰি।

মানৱতাৰ জয় গান গোৱা মানুহবোৰ বৰ স্বাৰ্থপৰ। মানৱতাৰ মৃত্যুত তেওঁলোকে চকুপানী নোটোকে। তেওলোকে কান্দে মানুহৰ মৃত্যুত। মানৱতা শেষ নকৰিবা বন্ধু। মানৱতাৰ মৃত্যু হলে আৰু নোপজে মানৱতা।

1 view0 comments

Related Posts

See All

Comments


bottom of page