top of page

অতীত ৰোমন্থন

বলা অতীতলৈ এভুমুকি অতীতত আছেনো কি? চাই যাওঁ এবাৰ ৰৈ জুমুকি জুমুকি।

উপলব্ধিত মাথো ৰণক্ষেত্ৰৰ নিদৰ্শন কৰোঁ দীৰ্ঘ উশাহে অতীত ৰোমন্থন।

পাৰ হৈছিলোঁ কাতৰত যথেষ্ঠ কষ্টৰ দিন আছে মাথো হৃদয়ত ঘাত প্ৰতিঘাতৰ চিন।

অমৃতৰূপে লভিছো স্মৃতিৰ মুকুতা-মণি তৎপৰ জীৱনৰ বাটত হলো অভিজ্ঞতাৰ ধনী।

0 views0 comments

Related Posts

See All

Comentários


bottom of page