top of page

অচিনাকী মৃত দেহ

  • Jan 19, 2021
  • 1 min read

প্ৰতি নিশ্বাসত পলে পলে দেখা ম‌ই পাওঁ কেঁচা আলিৰ দাঁতিত অচিনাকী মানুহৰ মৃত দেহ নিশাৰ ভিতৰতে জানো কৰ পৰা আহিল সেই অচিনাকী মৃত দেহ মোৰ লিহিৰি আঙুলিৰ পৰশেৰে লিৰিকি বিদাৰি চাওঁ সেই মৃত দেহ অসহনীয় আঘাটৰ দাগবোৰ দেখি মোৰ চকুৰ পতাত নিগৰে আৱেগৰ চকু পানী শোকত ম্ৰিয়মান হৈ ক্ৰমশঃ এখোজ দুখোজ কৈ বিচাৰি যাওঁ মই অচিনাকী মৃত জনৰ পৰিচয় বিচাৰি।

Comments


© 2023 Site managed by Bishal Baishya and Content acquired by Aman Sharma. Content and it's rights belongs to respective Owners.

bottom of page