top of page

অকলশৰীয়া আমি

অকলশৰীয়া আমি ধলং ধপং কে গধূলি পাৰ কৰো আমি হয় অকলশৰীয়া আমি।

পৰাজিত হয় যায় বটলৰ অন্তৰ ভাগ,

সৰু হয় যায় ৰাস্তা বোৰ, উদং হয় যায় জেপ্ কিন্তু… পৰাজিত কৰিব নোৱাৰে তুমি সানি দিয়া বিষাদ বোৰ।

0 views0 comments

Related Posts

See All

Comments


bottom of page