Sahitya ChorchaDec 21, 20201 minজীৱন এনেকুৱাইঘুৰি নাচাওঁ অতীতক, উভতি নযাওঁ লৰালি কাললৈ, স্মৃতিয়ে আমনি কৰিব।আন্ধাৰ এৰি থৈ আহিছোঁ, পোহৰত বগুৱা বাই আহিছোঁ, বহু দূৰ বাট আগুৱাই...
Sahitya ChorchaDec 19, 20201 minঅসমৰ বীৰ লাচিতলাচিত তুমিহে অসমৰ বীৰ তোমাৰ স্বপ্নৰ অসম হৈ থকা নাই অসম কেৱল বিশৃংখলতাৰ ভিৰ বিলুপ্তিত তোমাৰ দৰে বীৰ ৰাজনীতিৰ কৱলত হৈছে অসমৰ গতি ধীৰ। অসমৰ...
Sahitya ChorchaDec 19, 20201 minআঘোণৰ অনুভৱ(১) ধাননি পথাৰত চেচু খন্দা, নৰাৰ পেঁপা বজোৱা, লেচেৰী বোটলা মোৰ আনন্দময় শৈশৱৰ নাম আঘোণ। (২) পকা ধানৰ মাজে মাজে ঘাঁহ কটা, দাই নিয়া পথাৰ...
Sahitya ChorchaDec 17, 20201 minনিৰ্বাচনৰ বতৰবায়ুমণ্ডলে নিৰ্বাচনৰ বতৰৰ ইংগিত দিছে, নেতা-কৰ্মী সক্ৰিয় হবলৈ ধৰিছে বাতৰি কাকত, টেলিভিশ্বন, চচিয়েল মিডিয়াত নিৰ্বাচনী গ্ৰীষ্মই আৱৰিছে।...