Dec 24, 20201 min

দূৰৈত সৌ হাঁহি থকা জোনটিয়ে

দূৰৈত সৌ হাঁহি থকা জোনটিয়ে
 
মোক হাত বাউলি মাতে তৰাৰ দেশলৈ,
 
জোনাকে ধুৱাই নিয়া সময়তে
 
আইতাৰ পৰীৰ দেশৰ নিচুকনি সাধুৱে
 
উৰুৱাই নিয়ে অজান দেশলৈ।

#SahityaChorcha #Assameseshyari #axomiyastabak #Assamesestabak #axomiyashyari

    00
    0